Friday, July 27, 2018

LOI JUWA EKEBARE || APSARA ALBUM MP3 SONGS FREE DOWNLOAD || ASSAMESE KARAOKE SONG FREE DOWNLOAD

                                                         LOI JUWA EKEBARE

      

SONG - LOI JUWA EKEBARE
ALBUM - APSARA
SINGER - SIMANTA SHEKHAR & SUBASANA DUTTA
DOWNLOAD KARAOKE TRACK
DOWNLOAD MP3
Lyrics/কথা (Loi Jua Ekebare)

লৈ যোৱা একেবাৰে
থৈ দিয়া কাষৰতে
লৈ যোৱা একেবাৰে
থৈ দিয়া কাষৰতে
আলফুল মৰমেৰে ক'তো দোষ নোপোৱাকে
দিলো মোৰ হিয়া তোমাক
নজনাকে নজনাকে
নজনাকে নজনাকে
লৈ যোৱা একেবাৰে… …

অ' সময় ৰৈ যা
ৰৈ যা ৰৈ যা
অ' বতাহ লৈ যা
লৈ যা লৈ যা…
অ' সময় ৰৈ যা
ৰৈ যা ৰৈ যা
অ' বতাহ লৈ যা
লৈ যা লৈ যা 
মোৰ ওঁঠৰ হাঁহি আজি মাথোঁ
অ' তেওঁৰ বাবেই 
দি দিলো একেবাৰে থৈ দিয়া কাষৰতে
আলফুল মৰমেৰে ক'তো দোষ নোপোৱাকে
দিলো মোৰ হিয়া তোমাক
নজনাকে নজনাকে
নজনাকে নজনাকে 

অ' জোনাক নামি আহ
নামি আহ নামি আহ
তেওঁৰ হিয়াত প্ৰেমৰ
সুবাস ঢালি আহ
অ' জোনাক নামি আহ
নামি আহ নামি আহ
তেওঁৰ বিষাক্ত প্ৰেমৰ
সুবাস ঢালি আহ ৷৷




1 comment:

Popular Posts

About Me মোৰ বিষয়ে