Monday, July 2, 2018

JATINDRA NATH DUWARA (যতীন্দ্ৰ নাথ দুৱৰা) || A BRIEF INTRODUCTION OF THE FIRST ASSAMESE SAHITYA AKADEMI AWARD WINNER POET JATINDRA NATH DUWARA || প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক আৰু প্ৰথম অসমীয়া সাহিত্য অকাডেমী বঁটা প্ৰাপক যতীন্দ্ৰ নাথ দুৱৰাৰ এক চমু বিৱৰণ

Assamese poet
বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰা
জন্মঃ ১৮৯২ চন, ৪ মাৰ্চ         শিৱসাগৰ জিলাত (অতীতত ৰংপুৰ)
পিতৃৰ নামঃ শ্যামসুন্দৰ দুৱৰা
মাতৃৰ নামঃ পুন্যদা দুৱৰা
ছদ্মনামঃ যতীন্দ্ৰ নাথ দুৱৰা
পেচাঃ কবি, সাহিত্যিক, শিক্ষাবিদ
ভাষাঃ অসমীয়া
উল্লেখযোগ্য সৃষ্টিৰাজিঃ ওমৰ তীৰ্থ, কথা কবিতা, আপোন সুৰ, বনফুল, মিলনৰ সুৰ
উল্লেখযোগ্য সন্মান আৰু স্বীকৃতিঃ সাহিত্য অকাডেমী বঁটা, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি 

No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে