Monday, July 2, 2018

TUR NAI JE BONDUA BAT LYRICS || Assamese songs of GEETI KOBI Parvati Prasad Boruva sung by Dr. Bhupen Hazarika || ড° ভূপেন হাজৰিকাৰ কণ্ঠত গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত

কথাঃ গীতিকবি ৰুদ্ৰ বৰুৱা
কণ্ঠঃ °ড ভূপেন হাজৰিকা

                          কথা/Lyrics (Tur nai je bondhua bat)

তোৰ নাই যে বন্ধোৱা বাট   
তোৰ পদে পদে আছে কতনো উজুটি
কত ঘাত প্ৰতিঘাত

সৌ উচ্চ টিঙত বহি আছে তোৰ
ৰুদ্ৰ যি মহাদেৱ
তই কৰিব লাগিব সেৱ 
এই গিৰি পৰ্বত লঙ্ঘন কৰি 
উঠিব লাগিব শীত
হেৰ নিৰ্ভীক তই বীৰ 
তই ভাঙিব লাগিব পৰ্বত শিলা
কাটিব লাগিব বাট 

তই জিনিব লাগিব ভয়
তই আনিব লাগিব জয়
তই ভাঙিব লাগিব সকলো বান্ধোন
ছিঙিব লাগিব জাল
এই মিছাৰ মোহিনী জাল
তই চলাব লাগিব সাৰথী বিহীন 
জীৱনৰ মহাৰথ
তোৰ কণ্টকময় পথ 
নাই তোৰ হৈ কাৰো  উৎসাহ বাণী
সহানুভূতিৰ মাত
                                         

                                             DOWNLOAD THIS ASSAMESE MP3 SONG


No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে