Tuesday, July 3, 2018

HIREN BATTACHARYA || A Short Introduction of Assamese Noted Poet HIREN BHATTACHARJYA || প্ৰসিদ্ধ কবি সাহিত্যিক গীতিকাৰ হীৰেণ ভট্টাচাৰ্যৰ এক চমু পৰিচয়

Digital painting by Pankaj Gogoi (9957051427)
সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য
জন্মঃ ১৯৩২ চন, ২৮ জুলাই
           যোৰহাট, অসম
মৃত্যুঃ ২০১২ চন, ০৪ জুলাই
পিতৃৰ নামঃ তীৰ্থনাথ ভট্টাচাৰ্য
মাতৃৰ নামঃ স্নেহলতা ভট্টাচাৰ্য
পত্নীঃ পাৰুল দেৱী
অন্য নামঃ হীৰুদা, সুগন্ধি পখিলাৰ কবি, প্ৰেম আৰু ৰ’দালিৰ কবি
পেচাঃ কবি, সাহিত্যিক, গীতিকাৰ
ভাষাঃ অসমীয়া
উল্লেখযোগ্য সৃষ্টিৰাজিঃ ৰৌদ্ৰ কামনা (১৯৬৮), কবিতাৰ ৰ’দ (১৯৭৬), সুগন্ধি পখিলা (১৯৮১), শইচৰ পথাৰ মানুহ (১৯৯১), ভালপোৱাৰ দিকচৌ বাটেৰে (২০০০) ইত্যাদি
উল্লেখযোগ্য সন্মান আৰু স্বীকৃতিঃ সাহিত্য অকাডেমী বঁটা (১৯৯২), ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৯৩), অসম উপত্যকা সাহিত্য বঁটা(২০০০),


No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে