Tuesday, July 3, 2018

A short introduction of Assamese Noted Writer LAKSHMINATH BEZBAROA || সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয়

লক্ষ্মীনাথ বেজবৰুৱা
জন্মঃ ১৮৬৪ চন, নৱেম্বৰ মাহত
           আঁহতগুৰি, নগাওঁ, অসম
মৃত্যুঃ ১৯৩৮ চন, ২৬ মাৰ্চ
           ডিব্ৰুগড়, অসম
পিতৃৰ নামঃ দীননাথ বেজবৰুৱা
মাতৃৰ নামঃ থানেশ্বৰী দেৱী
পত্নীঃ প্ৰজ্ঞাসুন্দৰী দেৱী
কি বুলি জনা যায়ঃ ৰসৰাজ, সাহিত্যৰথী
পেচাঃ লেখক, কবি, নাট্যকাৰ, গল্পকাৰ, সম্পাদক, প্ৰকাশক, হাস্যৰসাত্মক লেখক, সমালোচক, ঔপন্যাসিক,
ভাষাঃ অসমীয়া
শিক্ষাঃ কলা স্নাতক
উল্লেখযোগ্য সৃষ্টিৰাজিঃ কদম কলি, পদুম কুৱঁৰী, সুৰভি, সাধুকথাৰ কুঁকি, বুঢ়ী আইৰ সাধু, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভটনি, লিটিকাই, জয়মতী কুৱঁৰী, বেলিমাৰ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ, মোৰ জীৱন সোঁৱৰণ ইত্যাদি
উল্লেখযোগ্য সন্মানঃ অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন), অসম ছাত্ৰ সন্মীলনীৰ সভাপতি (১৯১৬ চন)

No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে